MySQL সংযোগকে এটা স্থানীয় MySQL ডাটাবেইচ ড্ৰাইভাৰ ইনস্টল কৰে। ই দ্ৰুত, বাধাহিনভাৱে অনুকলিত, প্ৰশাসন কৰিবলে সহজ আৰু পৃথকভাৱে এটা JDBC অথবা ODBC ড্ৰাইভাৰ স্থাপন কৰাৰ প্ৰয়োজন নাই। LibreOffice ভিত্তিত MySQL ডাটাবেইচসমূহ ব্যৱহাৰ কৰা কেতিয়াও সহজ নাছিল।
